New Post

Love Story Assamese Language-হৃদয়খন যেন সঁচাই এক বৰ অবুজ সাঁথৰ- Siyor

      হৃদয়খন যেন সঁচাই এক বৰ অবুজ সাঁথৰ 

Assamese Love Story , Assamese Romantic Love Story, Heart Touching Assamese Love Story , A Sweet love story of Assamese
Assamese Love Story 

  Love Story Assamese Language/ Assamese Romantic Love Story/ Heart Touching Assamese Love Story / A Sweet love story of Assamese

         অৱশেষত বহু প্ৰতীক্ষিত ৰাজৰ প্ৰিয় বৰষাজাক এছাটি শীতল মলয়া বতাহৰ সুবাস লৈ নামি আহিছে.... মনটোত যেন এক অজান শিহৰণ যাগি উঠিছে তাৰ ৷ আস্ কি আমেজ ! দুহাত মেলি আকাশলৈ সি আগুৱাই দিলে তাৰ হাত ৷ শীতল মলয়াৰ পৰশত নাচি নাচি বৰষাৰ কণ কণ ৰূপোৱালী তৰাবোৰ যেন মুকুতা হৈ ধাৰালৈ নামি আহিছে ৷

 অসমীয়া প্ৰেম কাহিনী, অসমীয়া ভালপোৱা কাহিনী, নতুন অসমীয়া প্ৰেমৰ কাহিনী, ভালপোৱা কাহিনী, প্ৰেম কাহিনী,ভালপোৱাৰ কাহিনী,অসমীয়া ৰোমাণ্টিক গল্প

        “বৰষা যেতিয়া নামে বুকুলে এনে লাগে যেন সেয়া তুমিয়ে” ....গানটো গুণগুনাই নয়ন হোষ্টেললৈ দৌৰি আহি বাৰান্দাত উঠিলেহি ৷ বৰষুণত তিতি আকাশলৈ দুহাত মেলি চায় থকা ৰাজে তালৈ চালে ৷

- অই পাগলআবতৰীয়া বৰষুণজাকত তিতি বেমাৰ চপাব খুজিছনে নয়নে বৰষুণত তিতি থকা ৰাজক চিয়ৰিলে...

- নাই অ’, এনেয়ে মন গৈছে তিতিব .... বাৰিষাৰ প্ৰথমজাক বৰষুণত তিতি বৰ ভাল লাগে মোৰ .....

- নতুনকৈ প্ৰেমত পৰিছতো এতিয়া সবেই ভালেই লাগিব...

-কি কাৰ প্ৰেমত পৰা দেখেলি অ’ মোক তই ... ৰাজো আহি বাৰান্দাত উঠিলেহি ৷

- হব লুকুৱাব নালাগে... তোৰ আৰু শিৱানীৰ কি চলি আছে আমি কি নাজানো বুলি ভাবিছ ৷

-হেই একো চলা নাই আমাৰ...ভাল লাগে আৰু কিবা এটা তাইক...

-অ হয়নে ই শুন তোৰ প্ৰিয়তমাক মই দেখি আহিছো ... 

  Love Story Assamese Language / Assamese Romantic Love Story/ Heart Touching Assamese Love Story / A Sweet love story of Assamese

- হয় নেকি 'ত দেখিলি অতাইক যেন কিবা এটা জনাৰ আগ্ৰহেৰে ৰাজে নয়নলৈ চালে ৷

-  লগৰ কেইজনীৰ লগত চাৰি-আলিত কিতাপৰ দোকান খনত কিবা চাই থকা দেখিলো ।

-অ’ হয় নেকি ? -মুখত হাঁহি লৈ  ৰাজে সুধিলে ৷

- অই কি পিন্ধিছিল তাই মানে মই তাইক সদায় কলেজৰ কাপোৰত দেখিছো..ৰাজে লাজ কৰি সুধিলে...

-   ইমান মন নকৰিলো নহয় dost ....এতিয়াৰপৰা দেখিলে বাৰু ভালকৈ চায় আহিম দে ... হা:হা:হা:

        কিয় ইমান মন যায় হৃদয়ে বিচাৰি ফুৰা জনৰ সকলোবোৰ কথা জানিবৰ ! ভাললগাবেয়ালগা পৰা আৰম্ভ কৰি একেবাৰে পিন্ধন-উৰণলৈকে... কিবা এটা শুনিলেই যেন মনটো উচপিচ কৰি উঠে কথাটো জানিবলৈ.... মনৰ ভিতৰতে সি কথাবোৰ ভাবিব ধৰিলে...

-কি ভাবিব লাগিলি আকৌ নয়নে মাত লগালে...

-একো নাই অ ...

- ভালপোৱাৰ জ্বৰ মানে পোৰা উঠি আছে তোৰ ন’ ?

- নাজানো yaar... তাইৰ কথা ভাবিয়ে কিবা ভাল লাগে মোৰ... কিয় নাজানো ?

- ছোৱালীজনী ভাল.. so  সোনকালে কৈ দে তোৰ মনৰ কথাবোৰ খোলাখুলিকে তাইক ... চা ভাই সময় কাৰোবাবে ৰৈ নাথাকে...এনেদৰে থাকিলে এদিন তাই তোৰ নহৈ আনৰ হৈ যাব তেতিয়া বেদনাৰ স্মৃতি বুকত কঢ়িয়াই লৈ ফুৰিবি তই৷

Assamese Love Story / Assamese Romantic Love Story/ Heart Touching Assamese Love Story / A Sweet love story of Assamese

পিছে আমাৰ ইহঁত কত আছে এটাকো দেখা নাই যে ?

-কেৰেম খেলি আছে চাগে ....

- বল আমিও খেলোগে ...

- তই যা মোৰ মন যোৱা নাই এতিয়া...

- ঠিক আছে..... তই পিছে কথাটো ভাবি চা  কিবা help লাগিলে ক'বি... কথাটো কৈ নয়ন  ভিতৰলৈ সোমায় গ'ল ...

        বৰষুণজাক কমি আকাশখনৰ পৰা কজলা ডাৱৰবোৰ আঁতৰি গৈছে ৷ কিন্তূ নয়নৰ কথাষাৰে যেন ৰাজৰ মনটোক অশান্ত কৰি তুলিলে ৷

        কথাবোৰ যদি নয়নে কোৱাৰ দৰে ইমান সহজ হলহেঁতেন কওঁ বুলিয়ে জানো কৈ দিব পাৰি নে মনৰ সকলো কথা খুলি... ভয়হে লাগে দেখোন... সি ভাবুক হৈ পৰিল ৷ হোষ্টেলৰ মুধৰ ওপৰত দুটি নীল কপৌ চৰাই কৰবাৰ পৰা উৰি আহি পৰা তাৰ  দৃষ্টিত পৰিল ৷ 

         কিনো কথা পাতিছে চৰাই দুটিয়ে তাৰ আজি জানিবৰ বৰকৈ মন গৈছে ৷ এটা উৰি গৈ আন এঠাইত পৰিলে ইটোও উৰি গৈ একে ঠাইতে ৰৈ গৈ চোন .. যেন দুয়ো দুয়োৰ পৰা এখন্তেকো আঁতৰি থাকিব নোৱাৰে । বহুত প্ৰেম চাগে দুয়োটাৰ ইটোৰ প্ৰতি সিটোৰ ৷ সিহঁতে বাৰু কৈছেনে ইটোয়ে সিটোক ভালপাওঁ বুলি..... সুধিছেনে কিমান ভালপোৱা মোক তুমি ?... কথাবোৰ ভাবি ভাবিয়ে সি তাৰ ৰুমলৈ সোমাল । পঢ়া টেবুলত পৰা  'বাইলটো হাতত তুলি তাৰ বিচনাত শুই পৰিল আৰু এখনৰ পিছত সিখনকৈ তাৰ ম'বাইলত Facebook ৰ পৰা save কৰা শিৱানীৰ ফটোবোৰ চাই গ'ল ৷ হঠাতে বেয়া হোৱা মনটো তাৰ লাহে লাহে ভাল লাগি আহিব ধৰিল ৷ এছাটি সুবাসৰ নিৰ্মল বতাহ খিৰিকীৰে সোমাই তাক চুই গ'ল আৰু লাহে লাহে তাৰ চকুৰ টোপনিয়ে তাক সপোনৰ দেশলৈ লৈ গল ৷

Also Read 

 শেৱালি” - হৃদয়ৰ  এক প্ৰতিশ্ৰুতি !! 

 আৰম্ভণি এক পবিত্ৰ সৰ্ম্পকৰ -Love You Forever

This post related to:

love story in assamese language

assamese language love story sms

love story assamese

assamese breakup love story photo

new assamese love story shayari

love story assamese photo

assamese language love story sms

love story assamese writing

assamese love story photo new

love story assamese sms

assamese love story writing photo

love story assamese letter

assamese sad love story photo

love story assamese status

assamese sad love story writing

love story assamese photo download

assamese love story sms photo

love story photo assamese hd

assamese love story shayari photo

love story letter assamese photo

assamese love story shayari

 

Heart touching story assamese

assamese love story shayari download

heart touching love story assamese

assamese love story writing download

heart touching assamese love story download

assamese heart touching story

heart touching story meaning

how to write a heart touching story

assamese heart touching love story

when something touches your heart

assamese touching love story


(আগলৈ....................)

No comments